অসম সমবায় সমিতি আইন ২০০৭ৰ অধীনত বিষয়া প্ৰতিনিধিৰ ক্ষমতা:
ক্ৰঃ নং | কৰ্তৃত্ব | ক্ষমতা অৰ্পণ |
---|---|---|
১ | পঞ্জীয়ক | অসম সমবায় সমিতি আইন ২০০৭ ৰ অধীনত পঞ্জীয়কৰ সকলো ক্ষমতা |
২ | সমবায় সমিতিৰ অতিৰিক্ত পঞ্জীয়ক | অসম সমবায় সমিতি আইন ২০০৭ ৰ ৮১ ধাৰাৰ অধীনত পঞ্জীয়কৰ ক্ষমতা (১)৮১(২), ৮২, ৮৫(১), ৮৬, ৮৭(১), ৮৭(২), ৮৮(১), ৮৮(২), ৮৯(১), ৯২, ৯৩(১) |
৩ | মাণ্ডলিক যুটীয়া পঞ্জীয়ক সমবায় সমিতি | অসম সমবায় সমিতি আইন ২০০৭ ৰ ৮১ ধাৰা ৮, ১০,১১, ১২,২৯(৪),ৰ৩৬(৫), ৪১(৫), ৮৭(১), ৮৭(২), ৮৮(১), ৮৮(২), ৮৯(১), ১০৬,১০৭,১১১(১),১২৫,১২৬ৰ অধীনত পঞ্জীয়কৰ ক্ষমতা |
4 | উপ-পঞ্জীয়ক সমবায় সমিতি | অসম সমবায় সমিতি অইন ২০০৭ৰ ধাৰা ৮,১০,১১,১২,১৩,১৪,১৫,২৫(১),৩৩(১)(বি),৪৩(২)(বি),৮১(১),৮২(২),৮২,৮৩,৮৭(১),৮৭(২), ৮৮(১),৮৮(২),৮৯(১),৯৮(১)(২),৯৫(১),৯৭,১০০(৩),১০০(৪),১০৩(১),১০৩(২),১০৩(৪),১১৪(১),১২৬(১)ৰ অধীনত পঞ্জীয়কৰ ক্ষমতা |
৫ | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | অসম সমবায় সমিতি আইন ২০০৭ ৰ ধাৰা ৮,১০,১১,১২,৪১(১), ৪১(২), ৪৫(১),৭২(১)(এ),৯২,৯৩(১),১০২(১),১০২(২)(বি),১১২,১১৩,১১৪(১)ৰ অধীনত পঞ্জীয়কৰ ক্ষমতা |