মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

অমি কি কৰোঁ

  • অসম সমবায় সমিতি আইন ২০০৭ৰ অধীনত বিষয়া প্ৰতিনিধিৰ ক্ষমতা:

    ক্ৰঃ
    নং
    কৰ্তৃত্বক্ষমতা অৰ্পণ
    পঞ্জীয়কঅসম সমবায় সমিতি আইন ২০০৭ ৰ অধীনত পঞ্জীয়কৰ সকলো ক্ষমতা
    সমবায় সমিতিৰ অতিৰিক্ত পঞ্জীয়কঅসম সমবায় সমিতি আইন ২০০৭ ৰ ৮১ ধাৰাৰ অধীনত পঞ্জীয়কৰ ক্ষমতা (১)৮১(২), ৮২, ৮৫(১), ৮৬, ৮৭(১), ৮৭(২), ৮৮(১), ৮৮(২), ৮৯(১), ৯২, ৯৩(১)
    মাণ্ডলিক যুটীয়া পঞ্জীয়ক সমবায় সমিতিঅসম সমবায় সমিতি আইন ২০০৭ ৰ ৮১ ধাৰা ৮, ১০,১১, ১২,২৯(৪),ৰ৩৬(৫), ৪১(৫), ৮৭(১), ৮৭(২), ৮৮(১), ৮৮(২), ৮৯(১), ১০৬,১০৭,১১১(১),১২৫,১২৬ৰ অধীনত পঞ্জীয়কৰ ক্ষমতা
    4উপ-পঞ্জীয়ক সমবায় সমিতিঅসম সমবায় সমিতি অইন ২০০৭ৰ ধাৰা ৮,১০,১১,১২,১৩,১৪,১৫,২৫(১),৩৩(১)(বি),৪৩(২)(বি),৮১(১),৮২(২),৮২,৮৩,৮৭(১),৮৭(২),
    ৮৮(১),৮৮(২),৮৯(১),৯৮(১)(২),৯৫(১),৯৭,১০০(৩),১০০(৪),১০৩(১),১০৩(২),১০৩(৪),১১৪(১),১২৬(১)ৰ অধীনত পঞ্জীয়কৰ ক্ষমতা
    সহকাৰী পঞ্জীয়ক সমবায় সমিতিঅসম সমবায় সমিতি আইন ২০০৭ ৰ ধাৰা ৮,১০,১১,১২,৪১(১), ৪১(২), ৪৫(১),৭২(১)(এ),৯২,৯৩(১),১০২(১),১০২(২)(বি),১১২,১১৩,১১৪(১)ৰ অধীনত পঞ্জীয়কৰ ক্ষমতা