মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

সমবায় বেংক ও ঋণ সমবায়

নগৰ সমবায় বেংক সমূহ

কাৰ্য্যকৰী বেংক:

উদ্যোগীক সমবায় বেংক লিঃ, লাখটকীয়া, গুৱাহাটী।

সমবায় চিটি বেংক লিঃ, শিলপুখুৰী, গুৱাহাটী।

নাগৰিক সমবায়  বেংক লিঃ, উলুবাৰী, গুৱাহাটী।

গুৱাহাটী নগৰ সমবায় বেংক লিঃ, ছাত্ৰীবাৰী ৰোড, পল্টনবজাৰ, গুৱাহাটী।

নলবাৰী সমবায় নগৰ বেংক লিঃ,নলবাৰী।

মঙলদৈ নগৰ সমবায় বেংক লিঃ, মঙলদৈ।

মহাভৈৰৱ  সমবায় নগৰ বেংক লিঃ,তেজপুৰ।

কনকলতা মহিলা নগৰ  বেংক লিঃ, যোৰহাট

পৰিশোধনৰ অধীনত:

নগাওঁ নগৰ সমবায় বেংক, নগাওঁ

উদ্যোগীক নগৰ সমবায় বেংক, ডিব্ৰুগড়

শিলচৰ নগৰ সমবায় বেংক, শিলচৰ

গুৱাহাটী চহৰ সমবায় বেংক, গুৱাহাটী

গোলাঘাট নগৰ সমবায় বেংক, গোলাঘাট