সঞ্চালকালয়ৰ পৰিকল্পনা:সুস্থ আৰু স্থিৰ অৰ্থনৈতিক বিকাশৰ কাৰণে সংবেদনশীল সমবায় আন্দোলন। সঞ্চালকালয়ৰ অভিযান:সুস্থিৰ আৰু বহুকাল চলি থাকিব পৰা এখন প্ৰাণচঞ্চল সমবায় আন্দোলনৰ উন্নতিৰ কাৰণে বিভাগৰ লক্ষ-উদ্দেশ্য: অসম ৰাজ্যৰ সমবায় সমিতিৰ বৃত্তিগত পৰিচালনা আৰু সমবায় সমূহৰ মাজত সহযোগীতাৰে, স্বায়ত্ব শাসিত কৰ্মেৰে গণতান্ত্ৰিক সদস্য নিয়ন্ত্ৰণ, ঐচ্ছিক গঠনৰ কাৰণে অনুকূল পৰিৱেশ সৃষ্টিত সহায় কৰা।
| সেৱাৰ সবিশেষ | নাম আৰু দায়িত্বশীল বিষয়া সকলৰ পদবী | কাৰ্য্যালয়ৰ ঠিকনা আৰু অৱস্থান | চৰ্ত | কৰ্তৃপক্ষৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰাৰ সময়সীমা/ৰায়দান | মাচুল | মন্তব্য |
|---|---|---|---|---|---|---|
| ১.সমবায় সমিতিৰ পঞ্জীয়ন | ৰাজ্যিক পৰ্য্যায়ৰ সমবায়ৰ কাৰণে অসম সমবায় সমিতিৰ পঞ্জীয়ক | অসম সমবায় সমিতিৰ পঞ্জীয়ক খানাপাৰা গুৱাহাটী-২২ | ১.পঞ্জীয়ন কৰ্তৃপক্ষই পোৱা সঠিক আবেদন পত্ৰ পঞ্জীয়নৰ কাৰণে ২. প্ৰস্তাৱিত উপ-বিধিৰ ৪টা প্ৰতিলিপি ৩. উদ্বোধনী সাধাৰণ সভাৰ কাৰ্য্য-ক্ৰমনিকা ৪. স্থায়ী বসবাসৰ লগতে জন্মৰ প্ৰমান পত্ৰ সৈতে পঞ্জীয়ন কৰ্তৃপক্ষৰ ওচৰত পোৱা নিদিষ্ট প্ৰ-পত্ৰৰ নিয়ম অনুসাৰে উদ্যোক্তাৰ তালিকা প্ৰদান ৫. পঞ্জীয়ন মাচুল জমা কৰি ট্ৰেজাৰি চালানৰ কপি পঠাব লাগে। | ৬০ দিন | কৰ্তৃত্বশীল অংশ মূলধনৰ ১ শতাংশ | |
| অতিৰিক্ত পঞ্জীয়ক বি টি এ ডি অতিৰিক্ত পঞ্জীয়ক ডিফু/মণ্ডল যুটীয়া পঞ্জীয়ক দুখন বা ততোধিক জিলাৰ | সংযোজন এ ত বিষয়াসকলৰ সবিশেষ তালিকা | |||||
| জিলা পৰ্য্যায়ৰ কাৰণে জিলা উপ-পঞ্জীয়ক সমবায় সমূহ | সংযোজন বি ত বিষয়াসকলৰ সবিশেষ তালিকা | |||||
| আন সকলো প্ৰথমিক সমবায়ৰ বাবে সহকাৰী পঞ্জীয়ক | সংযোজন চি ত বিষয়াসকলৰ সবিশেষ তালিকা | |||||
| ২. (ধাৰা ৮১) সমবায়ৰ বছৰেকীয়া হিচাপ পৰীক্ষাৰ আচৰণ | ৰাজ্যিক পৰ্য্যায়ৰ সমবায়ৰ কাৰণে অক্ষম সমবায় সমিতিৰ পঞ্জীয়ক | ও/ও অসম সমবায় সমিতিৰ পঞ্জীয়ক খানাপাৰা গুৱাহাটী-২২ | বিভাগীয় হিচাপ পৰীক্ষকৰ দ্বাৰা সমবায়ৰ সকলো নথি, হিচাপ বহী আৰু তথ্যৰ প্ৰৱেশ | বছৰৰ ৩০ চেপ্তেম্বৰৰ ভিতৰত | সংযোজন ডি ত দিয়া ধৰণে | বিভাগৰ জ্যেষ্ঠ/কনিষ্ঠ বা হিচাপ পৰীক্ষকৰ দ্বাৰা পৰিচালনা |
| আন সকলো সমবায় সমিতিৰ কাৰণে সমবায় সমিতিৰ জিলা উপ-পঞ্জীয়ক | সংযোজন বি ত বিষয়াসকলৰ সবিশেষ তালিকা | |||||
| ৩.(ধাৰা ৪৮,৪৯) বিওডিৰ পৰা অনুৰোধ পালে সমবায় সমিতিৰ পৰিচালনা | অসম সমবায় সমিতিৰ পঞ্জীয়ক | ও/ও অসম সমবায় সমিতিৰ পঞ্জীয়ক খানাপাৰা গুৱাহাটী-২২ | বিওডি ৰ দ্বাৰা সভাত উস্থাপিত প্ৰস্তাৱসহ আবেদন | ১৫ | নাই | |
| ৪. সমবায় সমিতিৰ ঐচ্ছিক গঠনৰ কাৰণে ওকালতি পৰামৰ্শ শিবিৰ | নিজ নিজ ডি আৰ চি এছ | সংযোজন বি আৰু চি ত | নাই | ১৫ | নাই | ব্লক জিপি পৰ্য্যায়ত হোৱা |
অভিযোগ/ওজৰ আপত্তি দাখিল কৰিবৰ বাবে ৱেব চাইটঃ http://rcs.assam.gov.in
অভিযোগ/ওজৰ আপত্তি দাখিল কৰিব পাৰে উকা কাগজত লিখি:
শ্ৰীমতী কবিতা ৰাণী দাস,
অতিৰিক্ত পঞ্জীয়ক, সমবায় সমিতি (সাধাৰণ)অসম,
খানাপাৰা, গুৱাহাটী-৭৮১০২২
যদি সন্তুষ্ট নহয়, মক্কেলে তেওঁলোকৰ অভিযোগ/ওজৰ আপত্তি দাখিল কৰিব পাৰে তলত উল্লেখ কৰা ঠিকনাত:
শ্ৰী ৰূপৰক কুমাৰ মজুমদাৰ, আই এ এছ,
পঞ্জীয়ক, সমবায় সমিতি, আসম,
খানাপাৰা, গুৱাহাটী-৭৮১০২২, অসম
| ক্ৰ: নং | বিষয়াৰ নাম | পদবী | ঠিকনা | দূৰভাষ নং |
|---|---|---|---|---|
| ১. | শ্ৰী মতী কবিতা ৰাণী দাস | অতিৰিক্ত পঞ্জীয়ক সমবায় সমিতি (সাধাৰণ) | মুখ্য কাৰ্য্যালয় | ৯৪৩৫০৮৫৫২১ |
| ২. | অতিৰিক্ত পঞ্জীয়ক সমবায় সমিতি পাহাৰ ডিফু | মুখ্য কাৰ্য্যালয় | ৯৪৩৫১৬৯৩৯৬ | |
| ৩. | শ্ৰী মতী কহিনুৰ নাৰ্জাৰী | আই/চি অতিৰিক্ত পঞ্জীয়ক সমবায় সমিতি বি টি চি, কোকৰাঝাৰ | ও/ও অতিৰিক্ত আৰ চি এছ বি টি চি, কোকৰাঝাৰ | ৯৪৩৫৭২০৪৮৯ |
| ৪. | শ্ৰী ডি চি নায়ক | যুটীয়া পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৪৩৫১০৪৬০৩ |
| ৫. | শ্ৰী জি পেগু | যুটীয়া পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৪৩৫০৮৫৫২১ |
| ৬. | শ্ৰী এ কে হাজৰিকা | যুটীয়া পঞ্জীয়ক সমবায় সমিতি | ও/ও গুৱাহাটী মণ্ডল | ৯৪৩৫০৫৫৫৩১ |
| ৭. | শ্ৰী বি কে আগৰৱালা | যুটীয়া পঞ্জীয়ক সমবায় সমিতি | ও/ও তেজপুৰ মণ্ডল | ৯৩৪৫০৪৩০১৯ |
| ৮. | শ্ৰী এ কে বৈশ্য | যুটীয়া পঞ্জীয়ক সমবায় সমিতি | ও/ও যোৰহাট মণ্ডল | ৯৪৩৫৯৮৫৫২১ |
| ৯. | শ্ৰী অঞ্জন জ্যোতি বৰা | যুটীয়া পঞ্জীয়ক সমবায় সমিতি | ও/ও শিলচৰ মণ্ডল | ৯৪৩৫১০৪৬০৩ |
| ক্ৰ: নং | বিষয়াৰ নামপদবীঠিকনাদূৰভাষ নং | |||
|---|---|---|---|---|
| ১. | শ্ৰী আতিকুৰ ৰহমান | উপ পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৪৩৫০১৫৯৬৩ |
| ২. | শ্ৰীমতী সংগীতা গগৈ | উপ পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৪৩৫২০৯৯২৭ |
| ৩. | শ্ৰী পি কে দাস | উপ পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৪৩৫৩২৫৮৪৫ |
| ৪. | শ্ৰী ৰাজদীপ নাথ | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ চিৰাং | ৯৭৯৭১৭৫৮৪৭ |
| ৫. | শ্ৰী বিক্ৰম হাজৰিকা | আই/চি উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ গোৱালপাৰা | ৮৪৮৬১৩৬৪৫৯ |
| ৬. | শ্ৰী মতী কহিনুৰ নাৰ্জাৰী | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ কোকৰাঝাৰ | ৯৪৩৫৭২০৪৮৯ |
| ৭. | শ্ৰী বাবুল কাকতি | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ ধুবুৰী | ৮৮১২৮২৫৭১২ |
| ৮. | শ্ৰী বিদেশ্বৰ নৰহ | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ ওদালগুৰি | ৯৪৩৫৩৮৬৫৫০ |
| ৯. | শ্ৰী জে খেৰকাটাৰী | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ বাক্সা | ৯৯৫৭২৬৩১৫৮ |
| ১০. | শ্ৰী ইউ বি ডেকা | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ কামৰূপ, গুৱাহাটী | ৯৪৩৫১০৮১১৮ |
| ১১. | শ্ৰী মইনুল হক চৌধুৰী | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ নলবাৰী | ৯৯৫৪৭২২৯৯৭ |
| ১২. | শ্ৰী কন শৰ্মা | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ বৰপেটা | ৯৪৩৫০২৬০৬৬ |
| ১৩. | শ্ৰীমতী অনুপমা চক্ৰবৰ্তী | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ নগাওঁ | ৯৪৩৫১০৮৯৪৪ |
| ১৪. | শ্ৰী বিশ্বজিৎ চক্ৰবৰ্তী | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ , শোণিতপুৰ | ৯৪৩৫০৮১৯৪২ |
| ১৫. | শ্ৰী এইছ কে গায়ন | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ, মংগলদৈ | ৮৮১২৮২৫৭১২ |
| ১৬. | শ্ৰী কৰ্ণধৰ দেউৰী (এ আৰ চি এছ) | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ, লক্ষীমপুৰ | ৯৯৫৪৮২২৯০৫ |
| ১৭. | শ্ৰী দূৰ্লভ বৰা | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ, যোৰহাট | ৯৪৩৫৯৮৫৫২১ |
| ১৮. | শ্ৰী দেৱকান্ত শইকীয়া | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ, ডিব্ৰুগড় | ৯৪৩৫৭৪৯৯৯৪ |
| ১৯. | শ্ৰী সঞ্জীৱ কুমাৰ বৰুৱা | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ, শিৱসাগৰ | ৯৪৩৫০৫৫৫৮৭ |
| ২০. | শ্ৰী এ জে বৰা ( যুটীয়া আৰু চি এছ) | আই/চি উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ, কাচাৰ,শিলচৰ | ৯৯৫৭৯১৩৮৫৮ |
| ২১. | শ্ৰীমতী লিপিকা চৰকাৰ | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ, কৰিমগঞ্জ | ৯৪৩৫০২৫৮১০ |
| ২২. | শ্ৰী মোহন টেৰণ | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ, কাৰ্বিআংলং, ডিফু | ৯৯৫৭০১৩৮৫৮ |
| ২৩. | শ্ৰী দিলিপ কুমাৰ মজুমদাৰ | উপ পঞ্জীয়ক সমবায় সমিতি | ও/ও ডি আৰ চি এছ, হাফলং | ৯৯৫৭০১৩৮৫৮ |
| ক্ৰ: নং | বিষয়াৰ নাম | পদবী | ঠিকনা | দূৰভাষ নং |
|---|---|---|---|---|
| ১. | শ্ৰী খগেন্দ্ৰ নাথ ভট্টাচাৰ্য্য | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, কোকৰাঝাৰ | ৮৪৮৬১৫৬২৮১ |
| ২. | শ্ৰী চানক্য শৰ্মা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, গোঁসাই গাওঁ | ৮৮২২১০৯৮২৮ |
| ৩. | শ্ৰী বিক্ৰম হাজৰিকা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, গোৱালপাৰা | ৯৪৩৫৫৪৩৭২৭ |
| ৪. | শ্ৰী দ্বীপেন দাস | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, উত্তৰ শালমাৰা, অভয়াপুৰী | ৯৭০৭৫৯২০১৭ |
| ৫. | শ্ৰী মনোৰঞ্জন ডেকা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, ধুবুৰী | ৯৪৩৫৩২২৯৫৭ |
| ৬. | শ্ৰী জিতেন্দ্ৰ নাথ ৰয় | আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, দক্ষিণ শালমাৰা (হাত-শিঙিমাৰী) | ৯৯৫৪০৬৭৬৪০ |
| ৭. | শ্ৰী বিকাশ শৰ্মা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, ওদালগুৰি | ৯৯৫৪৫৪১১৭১ |
| ৮. | শ্ৰী জগদীশ শৰ্মা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, গুৱাহাটী | ৯৪৩৫৩০৫৮৯৪ |
| ৯. | শ্ৰী ইন্দ্ৰ মোহন কলিতা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, গুৱাহাটী | ৯৪৩৫০১৬০৮২ |
| ১০. | শ্ৰী বলোৰাম দাস | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, ৰঙিয়া | ৯৪৩৫৫৪৪২৫৩ |
| ১১. | শ্ৰী অমিয় বৰা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, নলবাৰী | ৯৪৩৫১১০০৬৩ |
| ১২. | শ্ৰীমতী স্নেহা ডেকা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, বৰপেটা | ৯৭০৭৬০৫২২৩ |
| ১৩. | শ্ৰী প্ৰদীপ মেধি | আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, নগাওঁ | ৯৪৩৫১০৮৯৪৪ |
| ১৪. | শ্ৰী সুশীল কুমাৰ চৰকাৰ | আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, হোজাই | ৯৪৩৫২০৯৯২৭ |
| ১৫. | শ্ৰী নিলোৎপল গোঁহাই | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, কলিয়াবৰ | ৯৪৩৫৩২৫৮৪৫ |
| ১৬. | শ্ৰী ৰোহিণী কাকতি | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, মৰিগাওঁ | ৯৮৫৪২৩২২৯৬ |
| ১৭. | শ্ৰী কালিৰাম পাটৰ | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, তেজপুৰ মণ্ডল | ৮৮২২৪১৮১৫০ |
| ১৮. | শ্ৰী সোমেশ্বৰ মেদক | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, তেজপুৰ | ৯৪৩৫৩৮৩৭০১ |
| ১৯. | শ্ৰী লক্ষেশ্বৰ বৰঠাকুৰ | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, বিশ্বনাথ চাৰিআলি | ৯৪৩৫২০৯৯২৭ |
| ২০. | খালী | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, মংগলদৈ | ৯৫০৮২৫৫২১১ |
| ২১. | শ্ৰীমতী গীতাঞ্জলী ফুকন | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, উত্তৰ লক্ষীমপুৰ | ৯৯৫৪৮২২৯০৫ |
| ২২. | আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, ঢকুৱাখানা | ৯৯৫৪৮২২৯০৫ | |
| ২৩. | শ্ৰী মদন ৰবি দাস | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, জোনাই | ৯৯৫৪৫৬১৬৭৩ |
| ২৪. | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, ধেমাজি | ৯৪৩৫৩৮৬৫৫০ | |
| ২৫. | শ্ৰী ধীৰেণ চন্দ্ৰ ডেকা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, যোৰহাট মণ্ডল | ৯৫৭৭৮৫৫০২৯ |
| ২৬. | শ্ৰী ভদ্ৰ সিং ডেকা বৰুৱা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, যোৰহাট | ৯৯৫৭৯৬৬৯৬৮ |
| ২৭. | শ্ৰী মাধুৰ্য্য বৰদলৈ | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, মাজুলী | ৮৭৫৩৯২২০৬২ |
| ২৮. | শ্ৰী জীৱন চন্দ্ৰ খাৰঘৰীয়া | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, গোলাঘাট | ৯৪৩৫৩৫১২৩৭ |
| ২৯. | ম: ৰফি মহম্মদ (এছ আৰ চি এছ) | আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, ডি | ৯৫০৮১০৫১৯৯ |
| ৩০. | শ্ৰী দেৱজিত হাজৰিকা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, তিনিচুকীয়া | ৯৪৩৫৫৯৪৫১১ |
| ৩১. | খালী | ও/ও এ আৰ চি এছ শদিয়া | ||
| ৩২. | শ্ৰী বাবুল কাকতি | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, শিৱসাগৰ | ৯৭০৭৫৭৪৫৪৪ |
| ৩৩. | শ্ৰী দেৱ কান্ত শইকীয়া | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, চৰাইদেউ | ৯৬১৩২২৪৪৭০ |
| ৩৪. | শ্ৰী ৰেবট চন্দ্ৰ সোনোৱাল | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, নাজিৰা | ৯৯৫৪৩৬৭৮৩৫ |
| ৩৫. | খালী | ও/ও এ আৰ চি এছ শিলচৰ মণ্ডল | ||
| ৩৬. | শ্ৰী কমলা কান্ত সিংহ | আই/চি সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, শিলচৰ | ৯৪৩৫৩৭১২৮৬ |
| ৩৭. | শ্ৰী ৰমেশ চন্দ্ৰ কোঁৱৰ | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, হাইলাকান্দি | ৯৪৩৫৫৯৬০৫৭ |
| ৩৮. | শ্ৰীমতী কবিতা দাস | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, কৰিমগঞ্জ | ৯৪৩৫১৭৩৯৬৯ |
| ৩৯. | খালী | ও/ও এ আৰ চি এছ, আৰ কে নগৰ | ||
| ৪০. | শ্ৰী লংবীৰ টেৰণ | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, ডিফু | ৯৪৩৫০৬৭৩৩৩ |
| ৪১. | শ্ৰী সুধীৰ ৰঞ্জন চামাদ্দাৰ | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, হামৰেণ | ৯৪৩৫৭২২০১৪ |
| ৪২. | শ্ৰী জাংখোলাম চিংচন | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | ও/ও এ আৰ চি এছ, হাফলং | ৯৪৩৫০৬৯৩৯৮ |
| ৪৩. | খালী | ও/ও এ আৰ চি এছ গুৱাহাটী মণ্ডল | ||
| ৪৪. | শ্ৰীমতী বৰ্ণালী তামুলী | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৪৩৫৪১৯৬৪৩ |
| ৪৫. | শ্ৰীমতী নৱনিতা পাঠক | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৯৫৪৩২২৫৩৯ |
| ৪৬. | শ্ৰী চক্ৰধৰ ডেকা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৪৩৫০৪৬৯১৫ |
| ৪৭. | শ্ৰী প্ৰদীপ শৰ্মা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৪৩৫৩৮১৫০৪ |
| ৪৮. | শ্ৰী ফাৰুক জলিল | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৮৬৪০১৮১৬২ |
| ৪৯. | শ্ৰী বাণেশ্বৰ টেৰণ | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৭৮৯৬৬০৫০৯৩ |
| ৫০. | শ্ৰী প্ৰদীপ শইকীয়া | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৪৩৫৭১১১৮৫ |
| ৫১. | শ্ৰী চফিকুদ্দিন আহমেদ | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৯৫৪৩০২৮১৩ |
| ৫২. | শ্ৰী ভদ্ৰেশ্বৰ বৰা | সহকাৰী পঞ্জীয়ক সমবায় সমিতি | মুখ্য কাৰ্য্যালয় | ৯৪০১৩৩১৮২৬ |
সমূহীয়া লক্ষ্য: ১২.৭ আৰু ১৭.১৪
নিৰ্দিষ্ট লক্ষ্য: ১.৩, ২.এ,২.৩, ৮.১ আৰু ৮.২