মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

মোৰ সমিতিখনৰ হিচাপ পৰীক্ষা কৰিব পৰা যাবনে?

তালিকাঃ

  • অতি কমেও ১০ জন ১৮ বছৰৰ ওপৰৰ পৃষ্ঠপোষকে চহী কৰা আবেদন পত্ৰ
  • ২০০৭ চনৰ অসম সমবায় সমিতি আইনৰ ধাৰা ১৭ (১)ৰ ব্যৱস্থা মতে পঞ্জীয়ন মাচুল আৰু উদ্বোধনী সাধাৰণ সভাৰ কাৰ্য্যক্ৰমণিকা, প্ৰস্তাৱিত উপ-ধাৰাৰ ৪টা প্ৰতিলিপি
  1. অৱলোকন:

    প্ৰতিখন সমবায় সমিতিয়ে ইয়াৰ মুখ্য কাৰ্য্যালয়ত তলত উল্লেখ কৰা একাউণ্ট, নথি-পত্ৰ আৰু তথ্য-পাতি জমা ৰাখিব:

    • তেওঁলোকৰ নিজ নিজ উদ্দেশ্যত সমবায় সমিতিৰ দ্বাৰা খৰচ কৰা ধন আৰু নগদ প্ৰাপ্তিৰ ৰচিদ আৰু ধনৰ পৰিমাণৰ হিচাপ।
    • সমবায় সমিতিৰ দ্বাৰা বিক্ৰী আৰু কিনা দ্ৰব্যৰ হিচাপ হ`ব।
    • সমবায় সমিতিৰ ভূ-সম্পদ আৰু ধাৰ-ঋণৰ হিচাপ হ`ব।
      কোৱা হয় যে য`ত সমবায় সমিতিৰ শাখা কাৰ্য্যালয় আছে তেনেকুৱা শাখা কাৰ্য্যালয়ক সম্পৰ্কিত কৰি হিচাপৰ বিৱৰণৰ সংক্ষিপ্ত সাৰ মুখ্য কাৰ্য্যালয়ত উপলব্ধ কৰিব লাগিব ইয়াৰ প্ৰতিটো বিত্ত বৰ্ষৰ তিনি মাহৰ পূৰ্ণতাত ১৫ দিনৰ ভিতৰত।
      চলিত বিত্তীয় কাৰ্য্যৰ আগৰ খুব কমেও দহ বছৰ সম্পৰ্কযুক্ত হিচাপ বহীৰ লগতে সমৰ্থনযুক্ত নথি আৰু নগদ প্ৰাপ্তিৰ ৰচিদ সংৰক্ষণ কৰিব লাগিব দীৰ্ঘসময়ৰ বাবে প্ৰয়োজন হ`ব পৰা।
  2. আবেদনৰ সৈতে প্ৰদান কৰিব লগীয়া নথি সমূহ: 

    সমবায় সমিতিৰ হিচাপৰ বহী

  3. মাচুল:

    ৰাজ্যিক চৰকাৰে চাৰ্টাৰ্ড একাউণ্টেটৰ মাচুল

  4. কাক যোগাযোগ কৰিব:

    সমবায়বিভাগ দ্বিতীয়মহলা, ইব্লক অসমসচিবালয়, দিশপুৰ,গুৱাহাটী-৬ অসম

  5. কাক যোগাযোগ কৰিব:

    দ্বিতীয়মহলা, ইব্লক

    অসমসচিবালয়,

    দিশপুৰ,গুৱাহাটী-৬

    অসম

cooperationdeptt@gmail.com