আজিৰ তাৰিখত ২১৭৭ খন গাওঁ পঞ্চায়তকে ধৰি ( জি পি এছ এছ) ৯৮৫৫ খন পঞ্জীয়ন কৃত সমবায় সমিতি আছে, ৮০ খন আছে এল এ এম পি এছ আৰু ২৩৪১ খন আছে মহিলাৰ বহুমুখী সমবায় সমিতি। সমবায় সমিতিবোৰে তেওঁলোকৰ ৰাজ্যৰ কৃষি, গৃহ, মীন, দুগ্ধ পাম, প্ৰক্ৰিয়াকৰণ, কূটীৰ আৰু শ্ৰম, ক্ষুদ্ৰ উদ্যোগ খণ্ডত কাম কৰি আছে। হস্ততাঁত সমবায় সমিতিক চলোৱা হয় এ এণ্ড টি বিভাগৰ জৰিয়তে।
ক্ৰমিক নং | সমবায় সমিতিৰ ধৰণ | সমিতিৰ সংখ্যা |
---|---|---|
১ | জি পি এছ এছ | ২১৭৭ |
২ | এল এ এম পি এছ | ৮০ |
৩ | গাওঁ পৰিষদৰ বহুমুখী সমবায় সমিতি | ১৯৬ |
৪ | পাইকাৰী গ্ৰাহক সমবায় সমিতি | ৩৫ |
৫ | মহিলা বহুমুখী সমবায় সমিতি | ২৩৪১ |
৬ | প্ৰাথমিক বজাৰ সমবায় সমিতি | ৩০ |
৭ | প্ৰাথমিক দুগ্ধ সমবায় সমিতি | ৪৩৯ |
৮ | ধাৰ-ঋণ সমবায় সমিতি | ৮০৩ |
৯ | গাহৰি পালন সমবায় সমিতি | ৩৮৩ |
১০ | হাঁহ-কুকুৰা পালন সমবায় সমিতি | ৩৭৩ |
১১ | কৃষি পাম সমবায় সমিতি | ৩৭০ |
১২ | প্ৰাথমিক মীন সমবায় সমিতি | ৮৫৫ |
১৩ | প্ৰথমিক গ্ৰাহক সমবায় সমিতি | ২৮৫ |
১৪ | প্ৰাথমিক গৃহ সমবায় সমিতি | ১৪৬ |
১৫ | উদ্যোগ সমবায় সমিতি | ৪২১ |
১৬ | পৰিবহন সমবায় সমিতি | ২৭ |
১৭ | জিলা সমবায় সমিতি | ১৪ |
১৮ | প্ৰক্ৰিয়াকৰণ সমবায় সমিতি | ১৫ |
১৯ | চেনী কল সমবায় সমিতি | ১ |
২০ | শ্ৰম আৰু ঠিকা সমবায় সমিতি | ৩২ |
২১ | বিদ্যালয় আৰু মহাবিদ্যালয় সমবায় সমিতি | ২৩ |
২২ | কৃষিভিত্তিক উদ্যোগ সমবায় সমিতি | ৬ |
২৩ | সমবায় বেংক | ৮ |
২৪ | আন সমবায় | ৮১০ |
২৫ | ৰাজ্যিক পৰ্য্যায়ৰ সমবায় সমিতি | ২৫ |
মুঠ | ৯৪৫৫ |