অসম সমবায় সমিতিৰ পঞ্জীয়কৰ কাৰ্য্যালয় হ`ল সঞ্চালকালয় সমবায় সমিতি বিভাগ, অসম চৰকাৰৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত। সঞ্চালকালয়ৰ মূৰব্বীজন হ`ল এজন আই এ এছ বিযয়া যি জন সমবায় সমিতিৰ দুজন অতিৰিক্ত পঞ্জীয়ক, দুজন যুটীয়া পঞ্জীয়ক, তিনিজন উপ-পঞ্জীয়ক, এজন পৰিসংখ্যা বিষয়া, এজন এফ এ ও, কিছুসংখ্যক সহকাৰী পঞ্জীয়ক আৰু সমবায় সমিতিৰ জ্যেষ্ঠ/কনিষ্ঠ পৰিদৰ্শক, মুখ্য কাৰ্য্যালয়ত মন্ত্ৰী পৰ্য্যায়ৰ ষ্টাফৰ দ্বাৰা সমৰ্থনযুক্ত, যিটো খানাপাৰা, গুৱাহাটী-২২ত অৱস্থিত। তদুপৰি, প্ৰশাসনৰ সুবিধাৰ কাৰণে, সমগ্ৰ ৰাজ্যখনক চাৰিটা মণ্ডলত ভাগ কৰি সমবায় সমিতিৰ মাণ্ডলিক যুটীয়া পঞ্জীয়কৰ দ্বাৰা কাম-কাজ চলোৱা হয় ভৈয়াম অঞ্চলত। দুখন স্বায়ত্ব শাসিত পাহাৰীয়া জিলা সমবায় সমিতিৰ অতিৰিক্ত পঞ্জীয়কৰ অধীনত ৰখা হৈছে, মুখ্য কাৰ্য্যালয় ডিফুত ৰাখি আৰু আন এজন অতিৰিক্ত পঞ্জীয়কৰ অধীনত ৰখা হৈছে বি টি এডি এলেকা যাৰ মুখ্য কাৰ্য্যালয় হ`ল কোকৰাঝাৰ। সমবায় সমিতিৰ উপ পঞ্জীয়কবোৰ আৰু সহকাৰী পঞ্জীয়কবোৰ ক্ৰমে জিলা আৰু উপ-সংমণ্ডলত নিযুক্তি দিয়া আছে। ২০ জন সমবায় সমিতিৰ জিলা উপ-পঞ্জীয়ক আছে ২৮ খন জিলাত আৰু সমবায় সমিতিৰ ৩৯ জন সহকাৰী পঞ্জীয়ক আছে ৪০ খন উপ-সংমণ্ডলত।সঞ্চালকালয়ৰ অধীনত থকা পদসমূহৰ সবিশেষ তলত দিয়া ধৰণে দেখুৱাব পাৰি-
ক্ৰ: নং | শ্ৰেণী বদ্ধভাৱে বিষয়াৰ নাম | মুঠ বল | কৰ্মৰত | খালী অৱস্থা |
---|---|---|---|---|
১ | অসম সমবায় সমিতিৰ পঞ্জীয়ক | ১ | ১ | ০ |
২ | অসম সমবায় সমিতিৰ অতিৰিক্ত(প্ৰশাসন) পঞ্জীয়ক | ১ | ০ | ১ |
৩ | অসম সমবায় সমিতিৰ অতিৰিক্ত পঞ্জীয়ক | ৩ | ১ | ২ |
৪ | অসম সমবায় সমিতিৰ যুটীয়া পঞ্জীয়ক | ৬ | ৪ | ২ |
৫ | অসম সমবায় সমিতিৰ উপ পঞ্জীয়ক | ২৩ | ১৫ | ৮ |
৬ | অসম সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক | ৫৪ | ৩৫ | ১৯ |
৭ | অসম সমবায় সমিতিৰ শাখা পঞ্জীয়ক | ৮০ | ৪৫ | ৩৫ |
৮ | অসম সমবায় সমিতিৰ জ্যেষ্ঠ পৰিদৰ্শক/হিচাপ পৰীক্ষক | ৪১৪ | ৩২৭ | ৮৭ |
৯ | অসম সমবায় সমিতিৰ কনিষ্ঠ পৰিদৰ্শক/হিচাপ পৰীক্ষক | ৪৮২ | ৪৫৪ | ২৮ |
১০ | পি এ ৰ পৰা আৰ চি এছ, অসমলৈ | ১ | ১ | ০ |
১১ | অধীক্ষক | ৬ | ৩ | ৩ |
১২ | মুখ্য সহকাৰী | ৩ | ১ | ২ |
১৩ | ইউ ডি সহকাৰী | ১৪৭ | ১৩০ | ১৭ |
১৪ | ষ্টেনোগ্ৰাফাৰ | ২ | ১ | ১ |
১৫ | এল ডি সহকাৰী | ২৫৯ | ২১০ | ৪৯ |
১৬ | সংকলন কৰোঁতা | ২ | ২ | ০ |
১৭ | গ্ৰাম সেৱক | ২ | ১ | ১ |
১৮ | চিনেমা অপাৰেটৰ | ১ | ১ | ০ |
১৯ | নক্সা আঁকোতা | ১ | ১ | ০ |
২০ | চালক | ৪৩ | ২৪ | ১৯ |
২১ | সহায়ক | ১ | ১ | ০ |
২২ | পি এছ পি | ১৮৬ | ১৮৬ | ০ |
২৩ | ড্ৰাফট্ৰি | ২ | ২ | ০ |
২৪ | জামাদাৰ | ১ | ০ | ১ |
২৫ | পিয়ন | ৪৩৫ | ৩০৪ | ১৩১ |
২৬ | চকীদাৰ | ২৪ | ২১ | ৩ |
২৭ | চুইপাৰ | ১ | ১ | ০ |
মুঠ | ২১৮১ | ১৭৭২ | ৮০৯ |
অসম সমবায় সমিতিৰ পঞ্জীয়কৰ কাৰ্য্যালয় হ`ল সঞ্চালকালয়, অসম চৰকাৰৰ সমবায় সমিতি বিভাগৰ প্ৰশাসনীক নিয়ন্ত্ৰণৰ অধীনত। সঞ্চালকালয়ৰ মুৰব্বীজন হ`ল এজন আই এ এছ বিষয়া যিজন সমবায় সমিতিৰ দুজন অতিৰিক্ত পঞ্জীয়কৰ দ্বাৰা সহযোগ প্ৰাপ্ত, সমবায় সমিতিৰ দুজন যুটীয়া পঞ্জীয়ক, সমবায় সমিতিৰ তিনিজন উপ-পঞ্জীয়ক, এজন পৰিসংখ্যা বিষয়া, এজন এফ এ ও, কিছুসংখ্যক সহকাৰী পঞ্জীয়ক আৰু সমবায় সমিতিৰ উপ পঞ্জীয়ক, সমবায় সমিতিৰ জ্যেষ্ঠ কনিষ্ঠ পৰিদৰ্শক মুখ্য কাৰ্য্যালয়ত মন্ত্ৰী পৰ্য্যায়ৰ ষ্টাফৰ দ্বাৰা সমৰ্থনযুক্ত যিটো খানাপাৰা, গুৱাহাটী-২২ ত অৱস্থিত। মাণ্ডলিক পৰ্য্যায় তদুপৰি প্ৰশাসনৰ সুবিধাৰ কাৰণে সমগ্ৰ ৰাজ্যখনক চাৰিটা মণ্ডলত ভাগ কৰি সমবায় সমিতিৰ মাণ্ডলিক যুটীয়া পঞ্জীয়কৰ দ্বাৰা কাম-কাজ চলোৱা হয় ভৈয়াম অঞ্চলত। দুখন স্বায়ত্ব শাসিত পাহাৰীয়া জিলা সমবায় সমিতিৰ অতিৰিক্ত পঞ্জীয়কৰ অধীনত ৰখা হৈছে, মুখ্য কাৰ্য্যালয় ডিফুত, আৰু আন এজন অতিৰিক্ত আৰ ছি এছ নিযুক্তি দিয়া হৈছে বিটিএডি অঞ্চলত যাৰ মুখ্য কাৰ্য্যালয় হ`ল কোকৰাঝাৰ। সমবায় সমিতিৰ উপ-পঞ্জীয়কবোৰ আৰু সহকাৰী পঞ্জীয়ক বোৰ ক্ৰমে জিলা আৰু উপ-সংমণ্ডলত নিযুক্তি দিয়া আছে। ২০ জন সমবায় সমিতিৰ জিলা উপ-পঞ্জীয়ক আছে ২৮ খন জিলাত আৰু ৩৯ জন সহকাৰী পঞ্জীয়ক আছে ৪০ খন উপ-সংমণ্ডলত।