মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

পৰিকল্পনা আৰু অভিযান

বিভাগৰ পৰিকল্পনা:

সমবায় আৰু স্বাৱলম্বনৰ জৰিয়তে সাফল্য আৰু সদ্ভাব বিভাগৰ লক্ষ্য সাধন

বিভাগৰ অভিযান:

সাধাৰণ জনতাৰ প্ৰতিষ্ঠান হিচাবে ৰাজ্যৰ সমবায় খণ্ডত অৰ্থনৈতিক আৰু সামাজিক প্ৰগতিৰ কাৰণে ৰূপায়ণ সাধ্য সমবায় সমিতিৰ বিত্তীয় পৰিচালন, গণতান্ত্ৰিক কাম কাজ আৰু ঐচ্ছিক গঠনৰ জৰিয়তে এখন মজবুত আৰু প্ৰাণচঞ্চল সমবায় সমিতি প্ৰতিষ্ঠা কৰা ইয়াৰ প্ৰধান লক্ষ্য।

বিভাগৰ জনাদেশ:

সমবায় সমিতিৰ ঐচ্ছিক গঠন, গণতান্ত্ৰিক কাৰ্য্যকৰীতা আত্মনিৰ্ভৰশীল আৰু বৃত্তিগত পৰিচলনাৰ অনুকূল পৰিৱেশৰ সৃষ্টিত সহায় সহযোগ কৰা।

পৰিচালনাৰ কাৰণে আইন:

  • অসম সমবায় সমিতি আইন, ২০০৭(এক্ট ৮,২০১২)
  • অসম ৰাজীৱ গান্ধী সমবায় সঞ্চালন বিশ্ববিদ্যালয় আইন, ২০১০ চন
  • পণ্যাগাৰ সহযোগী আইন, ১৯৬২ চন
  • অসম সমবায় ভূমি বন্ধক বেংক আইন, ১০৬০ চন
  • অসম ধাৰ-ঋণ প্ৰদান আইন, ১৯৩৪ চন
 

সহযোগৰ অষ্টমাৰ্গ বা নীতি:

  • ঐচ্ছিক আৰু মুক্ত সদস্যভূক্তকৰণ
  • গণতান্ত্ৰিক ভাৱে সদস্য নিয়ন্ত্ৰণ
  • সদস্যৰ আৰ্থিক অংশগ্ৰহণ
  • স্বায়ত্বশাসন আৰু স্বাধীনতা
  • শিক্ষা প্ৰশিক্ষণ আৰু তথ্য
  • সমবায় সমিতিসমূহৰ মাজত সহযোগীতা
  • সম্প্ৰদায়ৰ কাৰণে সম্পৰ্ক-সচেতনতা
  • বৃত্তিগত পৰিচালনা