মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

অবলোকন

সমবায় বিভাগৰ অধীনত সঞ্চালকালয়:

অসম সমবায় সমিতিৰ পঞ্জীয়কৰ কাৰ্য্যালয় হ`ল সঞ্চালকালয় সমবায় সমিতি বিভাগ, অসম চৰকাৰৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত। সঞ্চালকালয়ৰ মূৰব্বীজন হ`ল এজন আই এ এছ বিযয়া যি জন সমবায় সমিতিৰ দুজন অতিৰিক্ত পঞ্জীয়ক, দুজন যুটীয়া পঞ্জীয়ক, তিনিজন উপ-পঞ্জীয়ক, এজন পৰিসংখ্যা বিষয়া, এজন এফ এ ও, কিছুসংখ্যক সহকাৰী পঞ্জীয়ক আৰু সমবায় সমিতিৰ জ্যেষ্ঠ/কনিষ্ঠ পৰিদৰ্শক, মুখ্য কাৰ্য্যালয়ত মন্ত্ৰী পৰ্য্যায়ৰ ষ্টাফৰ দ্বাৰা সমৰ্থনযুক্ত, যিটো খানাপাৰা, গুৱাহাটী-২২ত অৱস্থিত। তদুপৰি, প্ৰশাসনৰ সুবিধাৰ কাৰণে, সমগ্ৰ ৰাজ্যখনক চাৰিটা মণ্ডলত ভাগ কৰি সমবায় সমিতিৰ মাণ্ডলিক যুটীয়া পঞ্জীয়কৰ দ্বাৰা কাম-কাজ চলোৱা হয় ভৈয়াম অঞ্চলত। দুখন স্বায়ত্ব শাসিত পাহাৰীয়া জিলা সমবায় সমিতিৰ অতিৰিক্ত পঞ্জীয়কৰ অধীনত ৰখা হৈছে, মুখ্য কাৰ্য্যালয় ডিফুত ৰাখি আৰু আন এজন অতিৰিক্ত পঞ্জীয়কৰ অধীনত ৰখা হৈছে বি টি এডি এলেকা যাৰ মুখ্য কাৰ্য্যালয় হ`ল কোকৰাঝাৰ। সমবায় সমিতিৰ উপ পঞ্জীয়কবোৰ আৰু সহকাৰী পঞ্জীয়কবোৰ ক্ৰমে জিলা আৰু উপ-সংমণ্ডলত নিযুক্তি দিয়া আছে। ২০ জন সমবায় সমিতিৰ জিলা উপ-পঞ্জীয়ক আছে ২৮ খন জিলাত আৰু সমবায় সমিতিৰ ৩৯ জন সহকাৰী পঞ্জীয়ক আছে ৪০ খন উপ-সংমণ্ডলত।সঞ্চালকালয়ৰ অধীনত থকা পদসমূহৰ সবিশেষ তলত দিয়া ধৰণে দেখুৱাব পাৰি-

পদবীৰ সবিশেষ, কৰ্মৰত আৰু খালী অৱস্থান

ক্ৰ:
নং
শ্ৰেণী বদ্ধভাৱে বিষয়াৰ নামমুঠ বলকৰ্মৰতখালী অৱস্থা
১অসম সমবায় সমিতিৰ পঞ্জীয়ক১১০
২অসম সমবায় সমিতিৰ  অতিৰিক্ত(প্ৰশাসন) পঞ্জীয়ক১০১
৩অসম সমবায় সমিতিৰ অতিৰিক্ত পঞ্জীয়ক৩১২
৪অসম সমবায় সমিতিৰ যুটীয়া পঞ্জীয়ক৬৪২
৫অসম সমবায় সমিতিৰ উপ পঞ্জীয়ক২৩১৫৮
৬অসম সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক৫৪৩৫১৯
৭অসম সমবায় সমিতিৰ শাখা পঞ্জীয়ক৮০৪৫৩৫
৮অসম সমবায় সমিতিৰ জ্যেষ্ঠ পৰিদৰ্শক/হিচাপ পৰীক্ষক৪১৪৩২৭৮৭
৯অসম সমবায় সমিতিৰ কনিষ্ঠ পৰিদৰ্শক/হিচাপ পৰীক্ষক৪৮২৪৫৪২৮
১০পি এ ৰ পৰা আৰ চি এছ, অসমলৈ১১০
১১অধীক্ষক৬৩৩
১২মুখ্য সহকাৰী৩১২
১৩ইউ ডি সহকাৰী১৪৭১৩০১৭
১৪ষ্টেনোগ্ৰাফাৰ২১১
১৫এল ডি সহকাৰী২৫৯২১০৪৯
১৬সংকলন কৰোঁতা২২০
১৭গ্ৰাম সেৱক২১১
১৮চিনেমা অপাৰেটৰ১১০
১৯নক্সা আঁকোতা১১০
২০চালক৪৩২৪১৯
২১সহায়ক১১০
২২পি এছ পি১৮৬১৮৬০
২৩ড্ৰাফট্ৰি২২০
২৪জামাদাৰ১০১
২৫পিয়ন৪৩৫৩০৪১৩১
২৬চকীদাৰ২৪২১৩
২৭চুইপাৰ১১০
মুঠ২১৮১১৭৭২৮০৯

পঞ্জীয়কৰ ভূমিকা

সুযোগ সুবিধা

  • সজাগতা আৰু ওকালতি
  • গঠন আৰু পঞ্জীয়ন
  • সহায় আৰু পৰামৰ্শ
  • সমবায় আন্দোলনৰ প্ৰগতি
  • সমবায় শিক্ষা
 

বিধি বিধান

  • নিৰ্বাচন আৰু হিচাপ পৰীক্ষা
  • অনুসন্ধান আৰু পৰিদৰ্শন
  • নিষ্পত্তি
  • পঞ্জীয়ন বাতিল আৰু ধাৰ ঋণ পৰিশোধ
 

অসম আৰ চি এছ ৰ সঞ্চালকালয়:

অসম সমবায় সমিতিৰ পঞ্জীয়কৰ কাৰ্য্যালয় হ`ল সঞ্চালকালয়, অসম চৰকাৰৰ সমবায় সমিতি বিভাগৰ প্ৰশাসনীক নিয়ন্ত্ৰণৰ অধীনত। সঞ্চালকালয়ৰ মুৰব্বীজন হ`ল এজন আই এ এছ বিষয়া যিজন সমবায় সমিতিৰ দুজন অতিৰিক্ত পঞ্জীয়কৰ দ্বাৰা সহযোগ প্ৰাপ্ত, সমবায় সমিতিৰ দুজন যুটীয়া পঞ্জীয়ক, সমবায় সমিতিৰ তিনিজন উপ-পঞ্জীয়ক, এজন পৰিসংখ্যা বিষয়া, এজন এফ এ ও, কিছুসংখ্যক সহকাৰী পঞ্জীয়ক আৰু সমবায় সমিতিৰ উপ পঞ্জীয়ক, সমবায় সমিতিৰ জ্যেষ্ঠ কনিষ্ঠ পৰিদৰ্শক মুখ্য কাৰ্য্যালয়ত মন্ত্ৰী পৰ্য্যায়ৰ ষ্টাফৰ দ্বাৰা সমৰ্থনযুক্ত যিটো খানাপাৰা, গুৱাহাটী-২২ ত অৱস্থিত। মাণ্ডলিক পৰ্য্যায় তদুপৰি প্ৰশাসনৰ সুবিধাৰ কাৰণে সমগ্ৰ ৰাজ্যখনক চাৰিটা মণ্ডলত ভাগ কৰি সমবায় সমিতিৰ মাণ্ডলিক যুটীয়া পঞ্জীয়কৰ দ্বাৰা কাম-কাজ চলোৱা হয় ভৈয়াম অঞ্চলত। দুখন স্বায়ত্ব শাসিত পাহাৰীয়া জিলা সমবায় সমিতিৰ অতিৰিক্ত পঞ্জীয়কৰ অধীনত ৰখা হৈছে, মুখ্য কাৰ্য্যালয় ডিফুত, আৰু আন এজন অতিৰিক্ত আৰ ছি এছ নিযুক্তি দিয়া হৈছে বিটিএডি অঞ্চলত যাৰ মুখ্য কাৰ্য্যালয় হ`ল কোকৰাঝাৰ। সমবায় সমিতিৰ উপ-পঞ্জীয়কবোৰ আৰু সহকাৰী পঞ্জীয়ক বোৰ ক্ৰমে জিলা আৰু উপ-সংমণ্ডলত নিযুক্তি দিয়া আছে। ২০ জন সমবায় সমিতিৰ জিলা উপ-পঞ্জীয়ক আছে ২৮ খন জিলাত আৰু ৩৯ জন সহকাৰী পঞ্জীয়ক আছে ৪০ খন উপ-সংমণ্ডলত।