মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ সমবায় Registrar of Cooperative Societies Assam

পঞ্জীয়ন

দায়িত্বশীল বিষয়াসকল আৰু প্ৰয়োজনীয় বস্তু

Swipe to view
সেৱাৰ সবিশেষনাম আৰু দায়িত্বশীল বিষয়া সকলৰ পদবীকাৰ্যালয়ৰ ঠিকনা আৰু অৱস্থানচৰ্তকৰ্তৃপক্ষৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰাৰ সময়সীমা/ৰায়দানমাচুল
১.সমবায় সমিতিৰ পঞ্জীয়নৰাজ্যিক পৰ্য্যায়ৰ সমবায়ৰ কাৰণে অসম সমবায় সমিতিৰ পঞ্জীয়কঅসম সমবায় সমিতিৰ পঞ্জীয়ক খানাপাৰা গুৱাহাটী-২২১. ১৮ বচৰৰ ওপৰৰ কমপক্ষেও ১০ জন ব্যক্তিৰ স্বাক্ষৰসহ প্ৰাৰম্ভিক আৱেদন
২. এবাৰ সম্ভৱপৰ বিবেচনা কৰা স্থলত কাৰ্যালয়ৰ দ্বাৰা সম্ভাব্য অধ্যয়ন
১. পঞ্জীয়ন কৰ্তৃপক্ষই পোৱা সঠিক আবেদন পত্ৰ পঞ্জীয়নৰ কাৰণে
২. প্ৰস্তাৱিত উপ-বিধিৰ ৪টা প্ৰতিলিপি
৩. উদ্বোধনী সাধাৰণ সভাৰ কাৰ্য্য-ক্ৰমনিকা
৪. স্থায়ী বসবাসৰ লগতে জন্মৰ প্ৰমান পত্ৰ সৈতে পঞ্জীয়ন কৰ্তৃপক্ষৰ ওচৰত পোৱা নিৰ্দিষ্ট প্ৰ-পত্ৰৰ নিয়ম অনুসাৰে উদোক্তাৰ তালিকা প্ৰদান আৰু
৫. পঞ্জীয়ন মাচুল জমা কৰি ট্ৰেজাৰি চালানৰ প্ৰতিলিপি পঠাব লাগে।
৬০ দিনকৰ্তৃত্বশীল অংশ মূলধনৰ ১ শতাংশ
অতিৰিক্ত পঞ্জীয়ক বি টি এ ডি অতিৰিক্ত পঞ্জীয়ক ডিফু/মণ্ডল যুটীয়া পঞ্জীয়ক দুখন বা ততোধিক জিলাৰ সমবায় সমূহক সামৰিসংযোজন এ ত বিষয়াসকলৰ সবিশেষ তালিকা
জিলা পযাৰ্য়ৰ কাৰণে জিলা উপ-পঞ্জীয়ক সমবায় সমূহসংযোজন বি ত বিষয়াসকলৰ সবিশেষ তালিকা
আন সকলো প্ৰথমিক সমবায়ৰ বাবে সহকাৰী পঞ্জীয়কসংযোজন চি ত বিষয়াসকলৰ সবিশেষ তালিকা